অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক যোগান ধৰি গ্ৰেপ্তাৰ হৈছে এজন। অসমত গ্ৰেপ্তাৰ কৰা হৈছে পাকিস্তানী চোৰাংচোৱা সুমিত কুমাৰক। চাবুৱাৰ বায়ুসেনা ঘাটিৰ পৰা গ্ৰেপ্তাৰ লোকজনক। চাবুৱাত বায়ুসেনাৰ ঘাটিত মাল্টি টাস্কিং ষ্টাফ হিচাপে কৰ্মৰত উত্তৰ প্ৰদেশৰ সুমিত কুমাৰ। বায়ু সেনাৰ গোপন তথ্য পাকিস্তানক যোগান ধৰাৰ অভিযোগ ধৃত সুমিতৰ বিৰুদ্ধে। যুদ্ধ বিমান আৰু ক্ষেপণাস্ত্ৰ সম্পৰ্কে পাকিস্তানক তথ্য যোগান ধৰি আহিছিল সুমিতে। ৰাজস্থান আৰু বায়ুসেনাৰ চোৰাংচোৱাই গ্ৰেপ্তাৰ কৰিছে সুমিতক। গ্ৰেপ্তাৰৰ পিছতে ৰাজস্থানলৈ লৈ যোৱা হৈছে সুমিত কুমাৰক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৩ খন সফল আই পি এল মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ এ চি এৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

গুৱাহাটীৰ এচিএ ষ্টেডিয়ামত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ তিনিখন খেলৰ সফল...

গুৱাহাটীত অষ্টম পুৰুষ-মহিলা ৰাষ্ট্ৰীয় যুৱ বক্সিং চেম্পিয়নশ্বিপ

দেশৰ ৩৩ খন ৰাজ্যৰ প্ৰায় আঠশ খেলুৱৈ, প্ৰশিক্ষক, কাৰিকৰী...

অধিনায়ক ৰিয়ানৰ সাহসে নিৰ্ভীক কৰিছে দলক: শ্বেন বণ্ড

‘যি ৰণনীতিৰে আমি ছিজনৰ আৰম্ভণি কৰিছিলো সেয়া প্ৰথম তিনিখন...