এম্বুলেন্স, ফায়াৰ চাৰ্ভিছৰ বাদে সকলোৱে দিব লাগিব OVER SPEEDING FINE

ৰাষ্ট্ৰীয় ঘাইপথৰ OVER SPEEDING FINE সন্দৰ্ভত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ মন্তব্য

  • আচলতে MVI ACTত এইটো প্ৰভিজন আছে
  • কোন স্থানত কিমান স্পীড থাকিব ৰাজপথ প্ৰাধিকৰণে নিৰ্ণয় কৰিব
  • ভাৰত চৰকাৰে ২০২০ চনত সংশোধন কৰি ২০ হাজাৰ টকালৈকে বৃদ্ধি কৰিছে
  • ছেপ্তেম্বৰৰ পৰা কাৰ্যকৰী হৈছে এই নিয়ম
  • ইন্টাৰচেপ্তৰৰ যোগেদি পৰিবহন বিভাগে এই ব্যৱস্থা কৰি আছে
  • বাহনৰ মালিকৰ নামত ই চালান হ’ব অত্যধিক স্পীডৰ বাবে
  • ৭০০০ তকৈ অধিক লোক ২০২০-২০২১ত দুৰ্ঘটনাত আহত হৈছে
  • চুপ্ৰিম ক’ৰ্টক আমি এই সকলো বিষয় জনাব লাগে
  • আমি যাতে সুৰক্ষিতভাৱে ভ্ৰমণ কৰিব পাৰো তাৰ বাবে এই ব্যৱস্থা
  • ৩৭নং হাইৱে’ৰ অসম্পূৰ্ণ কাম সন্দৰ্ভত মই ৰাজপথ প্ৰাধিকৰণক জনাম
  • যিমান দুৰ্ঘটনা হৈছে ৭৫ শতাংশ দুৰ্ঘটনা অভাৰ স্পীডৰ বাবে হৈছে
  • আপোনালোকৰ সকলোৰে এই ক্ষেত্ৰত সহায় সহযোগ বিচাৰিছো
  • হাইৱে’ অথৰিটিয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰি আছে
  • গাড়ীৰ পাছফালে ৰিফ্লেক্টৰ লগাবলৈ কোৱা হৈছে
  • স্পীড লিমিট সকলোৰে ক্ষেত্ৰত একেই থাকিব
  • মাত্ৰ এম্বুলেন্স আৰু ফায়াৰ চাৰ্ভিছে ৰেহাই পাব
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...