অন্যান্য

ভেকচিনৰ দুয়োটা পালিয়ে কাম কৰিছে নে নাই আপুনি কেনেকৈ জানিব?

সমগ্ৰ দেশতে গুৰুতৰ ৰোগত আক্ৰান্ত, ফ্ৰণ্টলাইন কৰ্মী আৰু বৃদ্ধ লোকসকলক বুষ্টাৰ ড'জ দি থকা হৈছে। এই বিষয়ক লৈ মানুহৰ মনত বহুতো প্ৰশ্ন আছে। যিসকলে...

উপ আৰক্ষী অধীক্ষক ৰৌজি তালুকদাৰ ক’ভিডত আক্ৰান্ত

হোজাই জিলাত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে ক'ভিড আক্ৰান্তৰ সংখ্যা৷ হোজাই জিলা আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক ৰৌজি তালুকদাৰ ক'ভিডত আক্ৰান্ত হৈছে৷ কিছুদিন পূৰ্বে আৰক্ষী অধীক্ষক...

ছাল শুকান আৰু খহটা হৈছে নেকি, তেন্তে কি কৰিব?

শীতকালত সাধাৰণতে প্ৰায়ে ছাল শুকান আৰু খহটা হৈ পৰা দেখা যায়। চুলিৰ সমস্যাতো ভোগা দেখা যায় শীতকালত। শুকান ছালৰ সমস্যা ৰোধ কৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ...

কিদৰে ডিজি লকাৰত সংগ্ৰহ কৰিব আপোনাৰ নথি?

ডিজিলকাৰ হৈছে আপুনি আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ আৰু বাহন পঞ্জীয়ন প্ৰমাণপত্ৰৰ দৰে নথিপত্ৰ সংৰক্ষণ আৰু সুৰক্ষিত কৰাৰ এক উপায়। ইয়াক সকলোৰে সুবিধাৰ বাবে ইলেক্ট্ৰনিক্স আৰু...

ৰুটি খোৱাৰ উপকাৰিতাসমূহ জানেনে?

শৰীৰ সুস্থ ৰাখিবলৈ আপোনাৰ দৈনন্দিন খাদ্য তালিকাত মাজে সময়ে ৰুটি খোৱাৰ পৰামৰ্শ দিয়ে পুষ্টিবিদসকলে। গমৰ আটাৰ ৰুটিত প্ৰচুৰ পৰিমাণে ভিটামিন বি, ই আৰু ফচফৰাছ...

Popular