এশ গৰু মৰিলে বাঘৰো মৰণ…জালত পৰিল চোৰাংচিকাৰী জেকীবাৰ্থ চাংমা

হস্তনিৰ্মিত বন্দুকসহ চোৰাংচিকাৰী আটক। আমচৈ আৰক্ষীয়ে আটক কৰিছে জেকীবাৰ্থ চাংমা নামৰ চোৰাং চিকাৰীটোক। ৰহাৰ আমচৈ গাৰোগাঁৱত চলিছিল এই অভিযান। ধৃত চাংমাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে দুটা হস্তনিৰ্মিত পিষ্টল আৰু ৮জাঁই সজীৱ গুলী।

আৰক্ষীয়ে উদ্ধাৰ কৰিছে দুখন খুকুৰি আৰু দুখন তৰোৱাল। দীৰ্ঘদিন ধৰি পহুকে ধৰি বন্যপ্ৰাণী হত্যাৰ লগত জড়িত আছিল জেকী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...