অমিতাভ বচ্চনৰ কৰ্মচাৰী ক’ভিড পজিটিভ, ৩১জন লোক সন্মুখীন হ’ব কভিড টেষ্টৰ

বিগ বি অমিতাভ বচ্চনৰ আবাসগৃহৰ এজন লোকৰ দেহত পোৱা গৈছে কভিড ভাইৰাছ। ইয়াৰ পিছতে মুঠ ৩১জন কৰ্মচাৰীৰ কভিড পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ পূৰ্বে যোৱা বছৰ জুলাই মাহত অমিতাভ বচ্চন কভিডত আক্ৰান্ত হৈছিল। যাৰ ফলত অমিতাভ বচ্চনক মুম্বাইৰ ভিলে পাৰ্লেৰ নানাৱতী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। অমিতাভৰ পিছত পুত্ৰ অভিষেক বচ্চন, বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চন আৰু নাতিনী আৰাধ্যাও কভিডত আক্ৰান্ত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...

আজিৰ পৰা ‘জুবিন সপ্তাহ’ পালন অজাপৰ; ‘নাহৰৰ দিন’ত ৰাজ্যজুৰি ১ লাখ গছপুলি ৰোপণৰ লক্ষ্য

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে...

কৰ্ণাটকত শিশু শ্ৰমিকৰ বিৰুদ্ধে বৃহৎ অভিযান, উদ্ধাৰ ৮০০টা শিশু

শিশু শ্ৰমিকৰ বিৰুদ্ধে কৰ্ণাটক আৰক্ষীয়ে শনিবাৰে ৰাজ্যজুৰি চলোৱা আকস্মিক...

অসমত নল গাহৰিৰ আশাব্যঞ্জক পুনৰুত্থান: ৬ৰ পৰা ১৯৪লৈ বৃদ্ধি সংখ্যা

অসমৰ সংৰক্ষণমূলক প্ৰচেষ্টাই লাভ কৰিছে এক উল্লেখযোগ্য সফলতা। বিলুপ্তিৰ...