অমিতাভ বচ্চনৰ কৰ্মচাৰী ক’ভিড পজিটিভ, ৩১জন লোক সন্মুখীন হ’ব কভিড টেষ্টৰ

বিগ বি অমিতাভ বচ্চনৰ আবাসগৃহৰ এজন লোকৰ দেহত পোৱা গৈছে কভিড ভাইৰাছ। ইয়াৰ পিছতে মুঠ ৩১জন কৰ্মচাৰীৰ কভিড পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ পূৰ্বে যোৱা বছৰ জুলাই মাহত অমিতাভ বচ্চন কভিডত আক্ৰান্ত হৈছিল। যাৰ ফলত অমিতাভ বচ্চনক মুম্বাইৰ ভিলে পাৰ্লেৰ নানাৱতী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। অমিতাভৰ পিছত পুত্ৰ অভিষেক বচ্চন, বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চন আৰু নাতিনী আৰাধ্যাও কভিডত আক্ৰান্ত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...