বৃহৎ পৰিমাণৰ ড্ৰাগছসহ জালত গ্ৰাহক আৰু ব্যৱসায়ী

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত নামদাং কলিয়ৰী অঞ্চলত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ। আজি মাৰ্ঘেৰিটাৰ মহকুমা আৰক্ষী বিষয়া পাৰ্থপ্ৰতিম দাস আৰু উপ পৰিদৰ্শক ৰাজশ্ৰী বুঢ়াগোঁহাইৰ নেতৃত্বত অতি কৌশলেৰে অভিযান চলাই ৰণি তামাং নামৰ গ্ৰাহকসহ দেচ বাহাদুৰ লামা ওৰফে পাগলা নামৰ দুৰ্ধৰ্ষ ড্ৰাগছ ব্যৱসায়ীক হেৰ’ইনসহ আটক কৰে। ড্ৰাগছখিনি হাবিত লুকুৱাই ৰাখিছিল। লামা দীৰ্ঘদিনৰ পৰা ড্ৰাগছ ব্যৱসায়ৰে জড়িত থকাৰ অভিযোগ আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...