দক্ষ আৰক্ষী বিষয়া মস্কো শইকীয়াৰ দেহাৱসান, মঙলদৈত শোকৰ ছাঁ

• মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মস্কো শইকীয়াৰ আকস্মিক মৃত্যু।
• হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ নিশা দেহাৱসান ঘটে শইকীয়াৰ।
• নিশাই GMCHলৈ শইকীয়াক অনা হৈছিল যদিও অৱশেষত শেষ নিশ্বাস ত্যাগ কৰে।
• মানৱ দৰদী আৰু দক্ষ আৰক্ষী বিষয়া আছিল মস্কো শইকীয়া।
• একেধাৰে অভিনয়ৰ সৈতেও জড়িত আছিল শইকীয়া।
• সকলোৰে লগত মিলিজুলি ভাল পোৱা আৰক্ষী বিষয়াজনৰ মৃত্যুত মৰ্মাহত মঙলদৈ বাসী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...