জাপানৰ ওপৰেৰে বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ পৰীক্ষা উত্তৰ কোৰিয়াৰ

জাপানৰ ওপৰেৰে বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ পৰীক্ষা সম্পন্ন কৰিলে উত্তৰ কোৰিয়াই। ৫ বছৰৰ পিছত জাপানৰ ওপৰেৰে উত্তৰ কোৰিয়াই সম্পন্ন কৰা এই ক্ষেপণাস্ত্ৰৰ পৰীক্ষাক লৈ শংকিত হৈ পৰে জাপানৰ লগতে কাষৰীয়া দেশসমূহো। উত্তৰ কোৰিয়াৰ এই উদ্ভত কাণ্ডৰ ফলত কোনো ক্ষয়-ক্ষতি হোৱা নাই যদিও সতৰ্কতা জাৰি কৰা নাই সমগ্ৰ জাপানত। জাপানৰ ওপৰেৰে গৈ এই ক্ষেপণাস্ত্ৰই আঘাত কৰে প্ৰশান্ত মহাসাগৰত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...

খাৰুৱা তেলক কিয় বিশ্ব অৰ্থনীতিৰ ইঞ্জিন বুলি কোৱা হয়?

যেতিয়াই আমি পেট্ৰ’ল পাম্পত আমাৰ বাহনত তেল ভৰাওঁ তেতিয়া...

নিজে লাভ কৰা নোবেল বঁটা ট্ৰাম্পক দিলে মাচাডোৱে, এই বঁটা হস্তান্তৰ কৰিব পাৰিনে?

ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডোৱে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি...

চীন, ভাৰত আৰু ইউৰোপ… নতুন বিশ্ব ব্যৱস্থাৰ কথা কিয় চলিছে, কানাডা নেতা হ’ব নেকি?

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে বিশ্ব বাণিজ্যৰ দিশ নিৰ্ধাৰণৰ অভিযানত...