নিশা গুৱাহাটীৰ জু-ৰোডৰ এটা স্থানতে দুটাকৈ দুর্ঘটনা

গুৱাহাটীৰ জু-ৰোডত নিশা সংঘটিত হয় ভয়াৱহ দুর্ঘটনা। চাৰিচকীয়া বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত এগৰাকী স্কুটী আৰোহী। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। চানমাৰি দিশৰ পৰা আহি আছিল চাৰিচকীয়া বাহনখন। আহত যুৱতীগৰাকীক স্থানীয় লোকে প্ৰেৰণ কৰে GMCH লৈ। পৰৱৰ্তী সময়ত আৰক্ষীৰ উপস্থিতিত নিয়ন্ত্ৰণ লৈ আহে পৰিস্থিতি। আনহাতে একেটা স্থানতে সংঘটিত হয় আন এটা দুৰ্ঘটনা। ৰৈ থকা ট্ৰাকত খুন্দা বাইক আৰোহীৰ। আহত বাইক আৰোহীক চিকিৎসালয়লৈ প্ৰেৰণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...