ছিকিমৰ ছাতেনত ভয়াৱহ ভূমিস্খলন। সেনাৰ শিবিৰৰ সমীপতে এই ভূমিস্খলন। ভূমিস্খলনত প্ৰাণ হেৰুৱালে তিনিজনকৈ সেনা জোৱানে। আহত আন চাৰিজন জোৱানক হাস্পতালত ভৰ্তি। বৰ্তমানেও সন্ধান নাই ৬জনকৈ জোৱানৰ। জোৱানকেইজনৰ সন্ধানত অব্যাহত উদ্ধাৰ অভিযান। বৰষুণৰ বাবে উদ্ধাৰ অভিযানত সৃষ্টি হৈছে বহু অসুবিধাৰ।
