আজি মহাশিৱৰাত্ৰি, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেৱাদিদেৱ ৰুদ্ৰদেৱক পূজিছে ভক্তই

আজি মহাশিৱৰাত্ৰি। শিৰে অৰ্ধ চন্দ্ৰমা, কণ্ঠে হলাহল। ব্যাঘ্ৰচৰ্ম পৰিয়া, পদ্মাসনে ত্ৰিনয়ন। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেৱাদিদেৱ ৰুদ্ৰদেৱক পূজিছে ভক্তই। শিৱ মন্দিৰসমূহত পুৱাৰে পৰা ভক্তৰ ভিৰ। প্লাৱন তিথিত ধূপ-দ্বীপ-নৈবদ্য, মন্দিৰে মন্দিৰে অদ্ৰিনাথৰ পূজন। মৰ্ত্যৰ মানৱে পূজিছে অনংগ-অতনু সত্তাক, আওৰাইছে সদ্ভাৱনাৰ বাণী। উমাপতি আশুতোষক পূজি মানৱে বিচাৰিছে দশোদিশৰ মংগল। উজনিৰ পৰা নামনিলৈ কোনোৱে গাইছে শিৱ নাম, মৰ্ত্য হৈ পৰিছে কৈলাশ ধাম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...

গুৱাহাটীত ফাগুনৰ প্ৰথমজাক বৰষুণ

ধূলিৰে ধূসৰিত গুৱাহাটী মহানগৰীৰ বাসিন্দাই অপেক্ষা কৰি আছিল এজাক...

৯০ লাখ বছৰৰ পূৰ্বে বনৰীয়া বিলাহীৰ সৈতে মিলনত জন্ম হৈছিল আলুৰ!

বিজ্ঞানীসকলে নিশ্চিত কৰিছে যে আলুৰ উৎপত্তি এক প্ৰাচীন জিনীয়...

শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে নহৰুৱে

প্ৰকৃতিৰ এক সহজলভ্য আৰু শক্তিশালী ঔষধি উপাদান নহৰু (Garlic)...