গুৱাহাটীৰ ফাঁচীবজাৰত চাঞ্চল্যকৰ ঘটনা

গুৱাহাটীৰ ফাঁচীবজাৰত চাঞ্চল্যকৰ ঘটনা। এজন ডেলিভাৰী বয়ক প্ৰহাৰ আৰক্ষী বিষয়াৰ। যুৱকজনক মাৰি পেলোৱাৰ ভাবুকি দিয়ে আৰক্ষী বিষয়াজনে। অভিযুক্ত আৰক্ষী বিষয়াজন পাণবজাৰ থানাৰ ভাৰ্গব বৰবৰুৱা। ফাঁচী বজাৰৰ জেইল ৰোডত এই ঘটনা। ট্ৰেফিক চিগনেল নমনাৰ অভিযোগ যুৱকজনৰ বিৰুদ্ধে। যুৱকজনক প্ৰহাৰৰ দৃশ্য আৱদ্ধ পথচাৰীৰ কেমেৰাত। ফাঁচী বজাৰৰ ঘটনাৰ পাছতেই Xত ডিজিপিৰ পোষ্ট। অভিযুক্ত পাণবজাৰ থানাৰ OC ভাৰ্গৱ বৰবৰাক নিলম্বন। এনে ঘটনা কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। গুৱাহাটী আৰক্ষী আয়ুক্তক ঘটনাৰ তদন্তৰ নিৰ্দেশ । কটনৰ ছাত্ৰ আছিল আৰক্ষীয়ে প্ৰহাৰ কৰা যুৱকজন। অৰ্থনীতি বিভাগৰ ছাত্ৰ আছিল প্ৰহৃত যুৱকজন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...