জোতা, মোজাতেই নহয় গেঞ্জিৰ ভিতৰতো নিলে জাপে জাপে নকল

আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দ্বিতীয়টো দিন। দ্বিতীয় দিনটোত বিলাসীপাৰাৰ পৰীক্ষাকেন্দ্ৰত জাপে জাপে ওলাইছে নকল।

বৰকান্দা পিপলচ একাডেমীৰ পৰীক্ষা কেন্দ্ৰত প্ৰৱেশদ্বাৰৰ তালাচীত পৰীক্ষাৰ্থীৰ জেপৰ পৰা ওলাল নকল।

জোতা-মোজা-জেকেটৰ পৰা দ’মে দ’মে ওলাইছে নকল।

আনফালে শিলবাৰী পাব্লিক হাইস্কুলতো তালাচীত ওলাইছে নকল।

Popular

More like this
Related

আগন্তুক ৪ দিনলৈ সাৱধান! ৰাজ্যত বতৰে ল’ব কালৰূপ

ৰাজ্যৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত বৰষুণৰ সম্ভাৱনা আগন্তুক ৪ দিনলৈ বিজুলি-ঢেৰেকণিৰে হ’ব...

আৰক্ষীৰ জালত ‘লেডি ডন’ জয়া

হাতত মেহেন্দি লৈ ফটোত প'জ, চৌখিন, বিলাসী জীৱন। কোন...

ৰাজস্থান ৰয়েলছ-কলকাতা নাইট ৰাইডাৰ্ছৰ গুৱাহাটী মেচৰ টিকট মুকলি

গুৱাহাটীৰ বৰ্ষাপাৰাৰ ACA ক্ৰিকেট ষ্টেডিয়ামত অহা ২৬ মাৰ্চত হ’বলগা...

৫ লাখ টকাৰ সীমাৰেখাৰে ক্ৰেডিট কাৰ্ড মুকলি কৰিব চৰকাৰে

২০২৫ চনৰ কেন্দ্ৰীয় বাজেটত প্ৰতিশ্ৰুতি দিয়াৰ দৰে এপ্ৰিল মাহৰ...