মুকলিৰ বাবে সাজু চুপাৰ মাৰ্কেটৰ নিৰ্মীয়মান উৰণীয়া সেতু

মুকলিৰ বাবে সাজু মহানগৰীৰ চুপাৰ মাৰ্কেটৰ নিৰ্মীয়মান উৰণীয়া সেতু। দীপাৱলীৰ দিনা অৰ্থাৎ বৃহস্পতিবাৰে মুকলি কৰা হ’ব উৰণীয়া সেতুখন। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰিব উৰণীয়া সেতুখন। ২৫গৰাকী চিত্রশিল্পীয়ে চিত্ৰৰে সজাই পৰাই তুলিছে উৰণীয়া সেতুখন। কিন্তু মুকলিৰ পূৰ্বেই একাংশ অসচেতন লোকে পিক পেলোৱাৰ ফলত ক্ষোভ উজাৰে চিত্রশিল্পীসকলে। তেওঁলোকৰ ৰাইজলৈ আহ্বান- পৰিস্কাৰ কৰি ৰাখক সেঁতুখন। বিশেষকৈ দেৱালত অংকন কৰা চিত্রসমূহ পিকাই লেতেৰা নকৰিবলৈ আহ্বান শিল্পীসকলৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...