ৰাষ্ট্ৰীয়

UPI, ATMৰ জৰিয়তে তৎক্ষণাত উলিয়াব পাৰিব PFৰ ধন…

হয়, আপুনি ঠিকেই শুনিছে। কৰ্মচাৰী ভবিষ্যনিধি সংস্থা (EPFO)য়ে এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিবলৈ গৈ আছে, যাৰ জৰিয়তে সদস্যসকলে ২০২৫ চনৰ মে’ মাহৰ শেষ বা জুনৰ...

অৱশেষত আইনত পৰিণত হ’ল ৱাকফ সংশোধনী বিধেয়ক

অৱশেষত আইনত পৰিণত হ’ল ৱাকফ সংশোধনী বিধেয়ক। ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱেও অনুমোদন জনালে বিধেয়কত। কেন্দ্ৰীয় চৰকাৰেও এই সন্দৰ্ভত জাৰি কৰিলে জাননী। শনিবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে...

৬ সপ্তাহৰ ভিতৰত বন্ধ হ’ব বাইক টেক্সি সেৱা (Rapido, Ola, Uber)!

৬ সপ্তাহৰ ভিতৰত বাইক টেক্সি সেৱা বন্ধ হ'ব কৰ্ণাটকত। ৰেপিড'কে ধৰি অন্যান্য কেব এগ্ৰিগেটৰসকলে (Bike Taxi) তেওঁলোকৰ ব্যৱসায় বন্ধ কৰিব লাগিব। কৰ্ণাটক উচ্চ ন্যায়ালয়ে...

২ লাখ টকাতকৈ অধিক দৰমহা, ডাঙৰ ঘৰ! RBIৰ নতুন ডেপুটি গভৰ্নৰ পুনম গুপ্তা কোন?

ৰিজাৰ্ভ বেংকে লৈছে ডাঙৰ সিদ্ধান্ত। নতুন বিত্তীয় বৰ্ষৰ আৰম্ভণিতে এই ঘোষণা কৰিছে কেন্দ্ৰীয় বেংকে। কেন্দ্ৰীয় চৰকাৰে বুধবাৰে নেচনেল কাউন্সিল অফ এপ্লাইড ইক’নমিক ৰিচাৰ্চৰ (NCAER)...

Ghibliৰ জৰিয়তে চাইবাৰ অপৰাধীয়ে আপোনাৰ ফটো-তথ্য চুৰি কৰিব পাৰিব নেকি?

বিশ্বজুৰি এটা নতুন ট্ৰেণ্ডত ভাহি গৈছে সকলো - Ghibli Artৰ ট্ৰেণ্ড। নিজৰ আৰু পৰিয়ালৰ মানুহৰ ফটোৰে কৃত্ৰিম বুদ্ধিমত্তাৰ (Ghibli Art) সহায়ত সেই ফটোবোৰক কাৰ্টুনৰ...

Popular