ৰাষ্ট্ৰীয়

কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব পবিতৰা অভয়াৰণ্য; বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই শুভাৰম্ভ কৰিব ২০২৬-২৭ পৰ্যটন বৰ্ষৰ

পৰ্যটকৰ বাবে কাইলৈ পৰা অৰ্থাৎ ১৩ অক্টোবৰৰ পৰা পুনৰ মুকলি হ’ব পবিতৰা অভয়াৰণ্য। মঙলবাৰে পুৱা ৯ বজাত বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আনুষ্ঠানিকভাৱে ২০২৬-২৭ পৰ্যটন...

ম্যানমাৰত নগা উগ্ৰপন্থীৰ শিবিৰত ভয়ংকৰ আক্ৰমণ, নিহত ৩৬ উগ্ৰপন্থী

ম্যানমাৰ সেনাই নগা উগ্ৰপন্থীৰ বিৰুদ্ধে চলোৱা এক ভয়ংকৰ সামৰিক অভিযানত ৩৬গৰাকী উগ্ৰপন্থী নিহত হোৱা বুলি জানিব পৰা গৈছে। সীমান্তৱৰ্তী ম্যানমাৰৰ হোমালিন অঞ্চলত সংঘটিত এই...

সন্মুখত দুই লাখ নিযুক্তিৰ লক্ষ্য, HBS 2.0ৰ প্ৰথম নিযুক্তি সমাৰোহত ৪৩৯গৰাকীক নিযুক্তি পত্ৰ প্ৰদান মুখ্যমন্ত্ৰীৰ

ৰাজ্যত চৰকাৰী নিযুক্তিৰ ধাৰা অব্যাহত ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ৪৩৯গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে। মুখ্যমন্ত্ৰীৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমটো নিযুক্তি পত্ৰ...

দুটা সফল সংস্কৰণৰ পিছত পুনৰ আহিছে ‘খেল মহাৰণ ৩.০’, ৭ নৱেম্বৰৰ পৰা আৰম্ভ ৰাজ্যজুৰি ক্ৰীড়া মহোৎসৱ

অসমৰ তৃণমূল পৰ্যায়ৰ ক্ৰীড়া প্ৰতিভাক এখন বৃহৎ মঞ্চ প্ৰদানৰ লক্ষ্যৰে পুনৰ অনুষ্ঠিত হ’ব ‘খেল মহাৰণ ৩.০’। ৰাজ্যিক কেবিনেটে অনুমোদন জনোৱা এই তৃতীয় সংস্কৰণ ৭...

আন্তঃৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত উজলিল অসম কন্যা; জেহেনা আকতাৰৰ তিনিটাকৈ পদক অৰ্জন

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিল অসমৰ জীয়ৰী জেহেনা আকতাৰ। বেংগালুৰুত ৪ অক্টোবৰৰ পৰা ১০ অক্টোবৰলৈ অনুষ্ঠিত দ্বিতীয় Asian Masters Swimming Championships-2026ত তিনিটাকৈ পদক অৰ্জন কৰি...

Popular