ৰাষ্ট্ৰীয়

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উৎকোচ বিচৰাৰ অভিযোগ, তদন্তৰ নিৰ্দেশ কেৰেলাম চৰকাৰৰ

দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উত্থাপিত হৈছে দুৰ্নীতিৰ গুৰুতৰ অভিযোগ। প্ৰায় দুটা দশক পূৰ্বে কেৰালম (কেৰেলা)ৰ লোকনিৰ্মাণ বিভাগৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি...

আয়ুষ্মান খুৰানালৈ ধন দাবীৰ ফোন, লৰেন্স বিষ্ণোই গেঙৰ নাম লৈ কেইবা কোটি টকা দাবী; বলীউডত নিৰাপত্তাক লৈ উদ্বেগ

বলীউডৰ অভিনেতাসকললৈ ধন দাবী আৰু ভাবুকিৰ ফোন অহাৰ ঘটনা অব্যাহত আছে। অভিনেতা তুষাৰ কাপুৰৰ পিছত এইবাৰ অভিনেতা আয়ুষ্মান খুৰানালৈ আহিছে ধন দাবীৰ ফোন। ফোন...

৪৭ বছৰৰ মূৰত CRPFৰ ইতিহাসত বিৰল অভিলেখ! একেৰাহে কৰা ১২ মাহৰ অভিযানত প্ৰাণ হেৰুওৱা নাই এজনো জোৱানে

দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (CRPF)-এ। সুদীৰ্ঘ ৪৭ বছৰৰ মূৰত বাহিনীটোৱে গঢ়িবলৈ সক্ষম হৈছে এক বিৰল...

ছিয়াং বহুমুখী বান্ধ প্ৰকল্পক লৈ অৰুণাচলৰ প্ৰতিবাদকাৰীৰ কাষত সোণম ৱাংচুক; ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুলৈ জৰুৰী পত্ৰ প্ৰেৰণ সোণম ৱাংচুকৰ, প্ৰকল্পটোক লৈ ৰাষ্ট্ৰপতিৰ হস্তক্ষেপৰ দাবী

অৰুণাচল প্ৰদেশৰ ছিয়াং উপত্যকাত প্ৰস্তাৱিত ছিয়াং আপাৰ বহুমুখী প্ৰকল্পক লৈ সৃষ্টি হোৱা প্ৰতিবাদ আৰু উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজতে প্ৰতিবাদকাৰীসকলৰ সমৰ্থনত থিয় দিছে পৰিৱেশ কৰ্মী সোণম...

বিদেশী শক্তিৰ সৈতে কাৰ সম্পৰ্ক? ৰাহুল গান্ধীৰ প্ৰধানমন্ত্ৰী মোদীলৈ মুকলি বিতৰ্কৰ প্ৰত্যাহ্বান; ‘ভোট চুৰি’ক লৈ বিজেপি-কংগ্ৰেছৰ মাজত তীব্ৰ বাকযুদ্ধ

‘ভোট চুৰি’ৰ অভিযোগক কেন্দ্ৰ কৰি দেশৰ ৰাজনীতিত পুনৰ তীব্ৰ বাকযুদ্ধৰ সৃষ্টি হৈছে। বিশেষ সংসদীয় অধিৱেশন আহ্বানৰ পৰা আৰম্ভ কৰি মুখ্য নিৰ্বাচন আয়ুক্তৰ পদত্যাগ, ভোটাৰ...

Popular