ৰাষ্ট্ৰীয়

আটকাধীন ব্যক্তিক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱাৰ সাংবিধানিক সময়সীমাক লৈ গুৰুত্বপূৰ্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ : আটক কৰাৰ মুহূৰ্তৰ পৰাই ২৪ ঘণ্টাৰ সময়সীমা গণনা কৰা হ’ব

আটক আৰু গ্ৰেপ্তাৰৰ মাজত সময়ৰ পাৰ্থক্য দেখুৱাই আৰক্ষীয়ে কোনো ব্যক্তিক ২৪ ঘণ্টাতকৈ অধিক সময় নিজৰ জিম্মাত ৰাখিব নোৱাৰিব। গ্ৰেপ্তাৰ হোৱা ব্যক্তিক ২৪ ঘণ্টাৰ ভিতৰত...

পুনৰ প্ৰশাসনৰ ৰোষত ছোনম ৱাংচুক। এইবাৰ ৱাংচুকৰ লাডাখৰ বিদ্যালয় বন্ধৰ নিৰ্দেশ প্ৰশাসনৰ

পুনৰ চৰকাৰী প্ৰশাসনৰ বাধাৰ সন্মুখীন হ’ল লাডাখৰ বিশিষ্ট জলবায়ু কৰ্মী তথা উদ্ভাৱক ছোনম ৱাংচুক। এইবাৰ তেওঁৰ সৈতে জড়িত শিক্ষানুষ্ঠানৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে...

ভাৰতসহ চাৰিখন দেশৰ জাহাজক হৰমুজ প্ৰণালীৰে যাতায়াতত অনুমতি ইৰানৰ! ভাৰত, চীন, ইৰাক আৰু কাটাৰৰ জাহাজৰ ওপৰত নাই নিষেধাজ্ঞা

পশ্চিম এছিয়াত অব্যাহত থকা যুদ্ধ আৰু উত্তেজনাৰ মাজতে ভাৰতৰ বাবে আহিছে এক গুৰুত্বপূৰ্ণ খবৰ। কৌশলগতভাৱে অতি গুৰুত্বপূৰ্ণ হৰমুজ প্ৰণালীৰে জাহাজ চলাচলৰ ক্ষেত্ৰত ভাৰতসহ চাৰিখন...

কেন্দ্ৰীয় কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ধৰ্ষণ আৰু POCSO গোচৰৰ ক্ষিপ্ৰ বিচাৰৰ বাবে ৫ বছৰলৈ বৃদ্ধি ফাষ্ট ট্ৰেক আদালতৰ ম্যাদ

ধৰ্ষণ আৰু শিশুৰ বিৰুদ্ধে যৌন অপৰাধৰ গোচৰৰ ক্ষিপ্ৰ নিষ্পত্তিৰ লক্ষ্যৰে ফাষ্ট ট্ৰেক বিশেষ আদালত (FTSC) আঁচনিৰ ম্যাদ পুনৰ পাঁচ বছৰৰ বাবে বৃদ্ধি কৰিলে কেন্দ্ৰীয়...

২০২৭ৰ এদিনীয়া বিশ্বকাপত ভাৰত-পাকিস্তানৰ মেচ চাবলৈ ৮৪ লাখৰো অধিক আবেদন! ষ্টেডিয়ামত আসন মাত্ৰ ৩৪ হাজাৰ

ক্ৰিকেট বিশ্বৰ অন্যতম চৰ্চিত প্ৰতিদ্বন্দ্বিতা ভাৰত-পাকিস্তানৰ মেচক লৈ অনুৰাগীৰ মাজত এতিয়াৰ পৰাই ব্যাপক উন্মাদনা। ২০২৭ চনৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপত ভাৰত আৰু পাকিস্তানৰ মাজত হ’বলগীয়া...

Popular