ৰাষ্ট্ৰীয়

১৪৪ৰ মাজতো গেংষ্টাৰৰ জানাজাত জনসমুদ্ৰ

১৪৪ৰ মাজতো গেংষ্টাৰৰ জানাজাত জনসমুদ্ৰমুখতাৰ আনছাৰীক শেষ শ্ৰদ্ধা জনাবলৈ আহিল ৩০ সহস্ৰাধিক লোকআনছাৰীৰ ‘ৰহস্যজনক’ মৃত্যুক লৈ উত্তাল উত্তৰ প্ৰদেশৰ ৰাজনীতি উত্তৰ প্ৰদেশৰ মৌ সমষ্টিৰ ৫...

নিৰ্বাচনী যুঁজত বলীউডৰ কুইন কংগনা ৰানাৱট

আগন্তুক লোকসভা নিৰ্বাচনত যুঁজ দিবলৈ সাজু বলীউডৰ কুইন কংগনা ৰানাৱট। হিমাচল প্ৰদেশৰ মণ্ডিত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ কংগনাৰ। খোলা বাহনত উঠি শুভ্ৰ পোছাকেৰে জনতাৰ মাজত...

কাৰাগাৰত ৰহস্যজনক মৃত্যু গেংষ্টাৰ–ৰাজনীতিকৰ

যোগীৰ জে’লত ৰহস্যজনক মৃত্যু গেংষ্টাৰ–ৰাজনীতিকৰগেংষ্টাৰৰ মৃত্যুত কোনে পালে হোলীৰ আনন্দমৃত্যুৰ পিছতো আতংক, ১৪৪ জাৰি কাৰাগাৰৰ ভিতৰতে মৃত্যু হ’ল একালৰ উত্তৰ প্ৰদেশৰ আতংক গেংষ্টাৰ মুখতাৰ আনচাৰীৰ।...

হোলী উদযাপনৰ পৰা বিৰত আম আদমী পাৰ্টি

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদ জনাই এইবাৰ হোলী উদযাপনৰ পৰা বিৰত থাকে আম আদমী পাৰ্টি। এই কথা প্ৰকাশ কৰিলে আপৰ নেত্ৰী তথা মন্ত্ৰী...

ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজন লাল শৰ্মাক ৰাজস্থান ৰয়েলছৰ সোণালী টিকট উপহাৰ

জয়পুৰ, ২৩ মাৰ্চ : ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে কাইলৈ জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত চলিত ১৭ সংখ্যক আই পি এলৰ এখন...

Popular