ৰাষ্ট্ৰীয়

CBI, EDৰ মুৰব্বী সকলৰ কাৰ্যকাল পাঁচ বছৰলৈ বৃদ্ধি

সংসদৰ শীতকালীন অধিৱেশনলৈ মাজত মাত্ৰ এসপ্তাহ থকাৰ সময়তে কেন্দ্ৰই দেওবাৰে প্ৰৱৰ্তন সঞ্চালকালয় আৰু কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)ৰ মুৰব্বীসকলৰ চৰ্তাৱলী ৰাষ্ট্ৰীয় স্বাৰ্থত পাঁচ বছৰলৈ বৃদ্ধি...

শিল্পা চেট্টী-ৰাজ কুন্দ্ৰাৰ সন্মুখত আন এক বিপদ

আন এক বিপদৰ সন্মুখীন শিল্পা চেট্টী, তেওঁৰ ব্যৱসায়ী স্বামী ৰাজ কুন্দ্ৰা। ১.৫১ কোটিৰ প্ৰৱঞ্চনাৰ অভিযোগত ৰুজু হৈছে গোচৰ

আফগানিস্তানত কিয় নিষিদ্ধ IPL?

ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী টি–২০ প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ দ্বিতীয় লেগৰ মেচ দেওবাৰৰ পৰা সংযুক্ত আৰব আমীৰ শ্বাহীত আৰম্ভ হৈছে৷ সমগ্র বিশ্বৰ অনুৰাগীয়ে...

দেশৰ ১৩খন উচ্চ ন্যায়ালয়ে লাভ কৰিব নতুন মুখ্য ন্যায়াধীশ

দেশৰ ১৩খন উচ্চ ন্যায়ালয়ে শীঘ্রে লাভ কৰিব নতুন মুখ্য ন্যায়াধীশ। দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনা নেতৃত্বাধীন ছুপ্রিম ক’ৰ্ট কলেজিয়ামে আঠগৰাকী উচ্চ ন্যায়ালয়ৰ নতুন...

মঙলবাৰে NSCN(I-M)ৰে আলোচনাত বহিব চৰকাৰ

মঙলবাৰে NSCN(I-M)ৰে আলোচনাত বহিব চৰকাৰআলোচনাত বহিব মধ্যস্থতাকাৰী এ কে মিশ্ৰভাগ ল’ব NSCN(I-M)ৰ সাধাৰণ সম্পাদক টি মুইভাইনেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মায়ো ভাগ ল’ব আলোচনাতডিমাপুৰৰ ছুমুকেডিমা...

Popular