ৰাষ্ট্ৰীয়

চিকিৎসা বিজ্ঞানৰ অধ্যয়ন কৰিবলৈ কিয় ইউক্ৰেইনলৈ যায় ভাৰতীয় শিক্ষাৰ্থী?

ৰাছিয়াই কৰা যুদ্ধ পৰিস্থিতিৰ মাজতে ইউক্ৰেইনত আবদ্ধ হৈ আছে শ শ ভাৰতীয়। ইয়াৰ ভিতৰত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰিবলৈ ইউক্ৰেইনলৈ অহা ভাৰতীয়ৰ সংখ্যাও যথেষ্ট বেছি।...

ইউক্ৰেইনত আবদ্ধ ভাৰতীয়ক ওভতাই অনাৰ যো-জা কেন্দ্ৰৰ

ইউক্ৰেইনত আবদ্ধ ভাৰতীয়ক ওভতাই অনাৰ যো-জাএয়াৰ ইণ্ডিয়া বিমানেৰে কেইদিনমানৰ ভিতৰতে ওভতাই অনা হ’বওভতনি যাত্ৰাৰ সকলো খৰচ বহন কৰিব ভাৰত চৰকাৰেপ্রথমে ছাত্র-ছাত্রীসকলক অনাৰ পৰিকল্পনা কৰিছে...

ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতক; ৰুছৰ ওপৰত অর্থনৈতিক নিষেধাজ্ঞা আমেৰিকাৰ

ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সম্বোধনৰাছিয়াৰ ওপৰত বহু নিষেধাজ্ঞা আমেৰিকাৰৰুছৰ ওপৰত অর্থনৈতিক আক্ৰমণইউক্ৰেইন ৰক্ষাৰ বাবে আমেৰিকাৰ প্ৰতিবন্ধকতাআমেৰিকাত থকা ৰুছৰ সকলো সম্পত্তি জব্দৰ...

২৫ ফেব্ৰুৱাৰীত অসমলৈ ৰাষ্ট্ৰপতি, কি কি কাৰ্যসূচীত ভাগ ল’ব ৰাষ্ট্ৰপতিয়ে?

২৫ ফেব্ৰুৱাৰীত ৩ দিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিব ৰাষ্ট্ৰপতিগৰাকীয়ে। ৰাষ্ট্ৰপতিৰ আগমনক লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু...

পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু

পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু। চেন্নাইত ৰহস্যজনকভাৱে মৃত্যু তামুলপুৰৰ প্ৰাঞ্জল দাস নামৰ যুৱকজনৰ। ৪ বছৰ ধৰি চেন্নাইৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল প্ৰাঞ্জল। কিন্তু...

Popular