ৰাষ্ট্ৰীয়

৩০ দিন আৰক্ষী বা ন্যায়িক জিম্মাত থাকিলে হেৰুৱাব নালাগে মন্ত্ৰিত্ব: যৌথ সংসদীয় কমিটিৰ আপত্তি, কেৱল নিলম্বনৰহে পৰামৰ্শ

প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী বা অন্য কোনো মন্ত্ৰী ধাৰাবাহিকভাৱে ৩০ দিন আৰক্ষী বা ন্যায়িক জিম্মাত থাকিলে তেওঁলোকক পদৰ পৰা অপসাৰণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এখন বিধেয়ক...

ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত ঐতিহাসিক ইউৰেনিয়াম চুক্তি স্বাক্ষৰ; প্ৰতিৰক্ষা আৰু সামুদ্ৰিক নিৰাপত্তা সহযোগিতা বৃদ্ধিৰ সংকল্প

ভাৰতে অষ্ট্ৰেলিয়াৰ সৈতে অসামৰিক পৰমাণু সহযোগিতা চুক্তিক কাৰ্যকৰী কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। ইয়াৰ ফলত অষ্ট্ৰেলিয়াৰ পৰা ভাৰতলৈ ইউৰেনিয়াম ৰপ্তানিৰ পথ প্ৰশস্ত হ’ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ...

জাল প্ৰমাণপত্ৰৰে চাকৰি লোৱা ৩ হাজাৰতকৈও অধিক শিক্ষকক বৰ্খাস্ত কৰিব বিহাৰ চৰকাৰে; দৰমহাৰ ধন ঘূৰাই লোৱাৰো নিৰ্দেশ

ভুৱা ডিগ্ৰী আৰু জাল শৈক্ষিক প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি চাকৰি লাভ কৰা ৩,০০০তকৈও অধিক চৰকাৰী শিক্ষকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ঘোষণা কৰিছে বিহাৰ চৰকাৰে। ৰাজ্যখনৰ শিক্ষামন্ত্ৰী...

E-20 ইন্ধন ব্যৱহাৰৰ সপক্ষে কেন্দ্ৰৰ স্পষ্টীকৰণ; ছ’চিয়েল মিডিয়াৰ ‘ভ্ৰান্ত খবৰ’ক গুৰুত্ব নিদিবলৈ গ্ৰাহকক আহ্বান

দেশত ইথানল মিশ্ৰিত পেট্ৰ’ল (EBP) কাৰ্যসূচীৰ সপক্ষে কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে শুক্ৰবাৰে এক নতুন স্পষ্টীকৰণ জাৰি কৰিছে। মন্ত্ৰালয়ে কয় যে দেশত ই-২০...

পেট্ৰ’লত ইথানল মিশ্ৰণৰ নীতিক লৈ সৃষ্টি হোৱা বিতৰ্কক ‘ভুল বাখ্যা’ বুলি অভিহিত কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ

কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে পেট্ৰ’লত ইথানল মিশ্ৰণৰ নীতিক লৈ সৃষ্টি হোৱা বিতৰ্কক ‘ভুল প্ৰতিবেদন আৰু ভুল বাখ্যা’ বুলি অভিহিত কৰিছে, আৰু তেওঁৰ উত্তৰৰ...

Popular