ৰাষ্ট্ৰীয়

কেঞ্চাৰৰ ঔষধৰ দাম ৯৩ শতাংশ পৰ্যন্ত হ্ৰাস, ৰোগীলৈ বৃহৎ সকাহ

কেঞ্চাৰ ৰোগীৰ চিকিৎসাৰ ব্যয় হ্ৰাস কৰাৰ লক্ষ্যৰে দেশত কেইবাবিধো কেঞ্চাৰৰ ঔষধৰ সৰ্বাধিক খুচুৰা বিক্ৰী মূল্য (MRP) ৯৩ শতাংশ পৰ্যন্ত হ্ৰাস কৰা হৈছে। ৰাষ্ট্ৰীয় ঔষধ...

ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’ৰ সৈতে মোকাবিলাৰ প্ৰস্তুতি, ওড়িশা-অন্ধ্ৰ প্ৰদেশত প্ৰায় ৪,০০০ আশ্ৰয় শিবিৰ সাজু

বংগোপসাগৰত সৃষ্টি হোৱা প্ৰবল ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’ৰ সম্ভাৱ্য প্ৰভাৱৰ সৈতে মোকাবিলা কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে ওড়িশা আৰু অন্ধ্ৰ প্ৰদেশ চৰকাৰে। দুয়োখন ৰাজ্যত প্ৰায় ৪,০০০টা ঘূৰ্ণীবতাহ...

উৰন্ত বিমানত সহ-পাইলটৰ আক্ৰমণ প্ৰতিহত কৰি যাত্ৰীক ৰক্ষা কৰা ভাৰতীয় পাইলট স্মিত মাচ্ছাৰক সন্মান UAEৰ

উৰন্ত বিমানৰ ককপিটত সহ-পাইলটৰ আক্ৰমণৰ সন্মুখীন হৈও সাহসিকতা আৰু কৰ্তব্যনিষ্ঠাৰ পৰিচয় দিয়া ভাৰতীয় পাইলট কেপ্টেইন স্মিত মাচ্ছাৰক সন্মানিত কৰিছে সংযুক্ত আৰব আমিৰশ্বাহীয়ে (UAE)। যাত্ৰীসকলৰ...

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ দীপাৱলীৰ উপহাৰ, ৩ শতাংশ বৃদ্ধি হ’ল মৰগীয়া বানচ

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে সুখবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত মৰগীয়া বানচ (DA) আৰু মৰগীয়া সকাহ (DR) ৩ শতাংশ...

ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’ৰ প্ৰভাৱত ২২খন ৰে’লৰ চলাচল বাতিল, সষ্টম NDRF

বংগোপসাগৰত সৃষ্টি হোৱা প্ৰবল ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’ৰ প্ৰভাৱত দেশৰ পূব উপকূলীয় অঞ্চলত স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈছে। ঘূৰ্ণীবতাহৰ ফলত যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ২২খন এক্সপ্ৰেছ...

Popular