মৃত্যু আহে সংগোপনে…ASI ভূপেন কলিতাৰ আকস্মিক বিয়োগ

নলবাৰী যান বাহন আৰক্ষীৰ ASI ভূপেন কলিতাৰ আকস্মিক মৃত্যু। ঢেকীয়াজুলিত ক্রীড়া প্রতিযোগিতাত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু। খেলৰ বাবে সাজু হৈ থাকোতেই হঠাৎ ঢলি পৰে কলিতা।

হাই জাম্প খেলত পদক লাভ কৰাৰ পিছত আন এখন খেলৰ বাবে সাজু হৈ আছিল। নলবাৰীৰ মৈৰাদঙাত ঘৰ ASI ভূপেন কলিতাৰ। নিশা প্ৰয়াত কলিতাৰ মৃতদেহ তেজপুৰ মেডিকল কলেজত ৰখা হয়। বৃহস্পতিবাৰে নলবাৰীৰ মৈৰাদঙাৰ ঘৰলৈ লৈ যোৱা হ’ব ASI ভূপেন কলিতাক।

Popular

More like this
Related

যোৰহাটৰ পুলিবৰত ভয়ংকৰ পথ দুৰ্ঘটনা

যোৰহাটৰ পুলিবৰত ভয়ংকৰ পথ দুৰ্ঘটনা। আজান গাঁৱৰ সমীপত নিয়ন্ত্ৰণ...

শিৱসাগৰৰ জয়সাগৰ গদাধৰ নগৰত চাঞ্চল্যকৰ ডকাইতি

মহিলাৰ হাত বান্ধি, মুখত সোপা দি লুটিলে লক্ষাধিক টকাৰ...

পলিটেকনিক শিক্ষকৰ সংস্থাপনৰ বিষয়টো মানৱীয় দৃষ্টিভংগীৰে সমাধান কৰক : আছু

অসমৰ পলিটেকনিক শিক্ষানুষ্ঠানসমূহৰ একাংশ শিক্ষকে চাকৰি নিয়মীয়াকৰণৰ দাবীত দীর্ঘদিন...

বৰ্ণিৰ চিন্তুক নৃশংসভাবে হত্যা কৰিলে কোনে?

হাজোৰ বৰ্ণিত কান্দোনৰ ৰোল। বৰ্ণিৰ এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ...