নাগপুৰ টেষ্টত জয়ৰ কাষ চাপিছে টীম ইণ্ডিয়া

নাগপুৰ টেষ্টত ফ্ৰণটফুতত টিম ইণ্ডিয়া। তৃতীয় দিনৰ লাঞ্চ ব্ৰেকৰ অন্তত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২২৩ ৰানৰ অগ্ৰগতি ভাৰতীয় দলৰ।

মেচখনত প্ৰথমে বেট ধৰি অষ্ট্ৰেলিয়াৰ ১৭৭ ৰানৰ প্ৰত্যুত্তৰত ভাৰতে প্ৰথম ইনিংছত ৪০০ ৰাণ সংগ্ৰহ কৰে। অধিনায়ক ৰোহিত শৰ্মাই ভাৰতৰ বাবে ১২০ ৰানৰ গুৰুত্বপূৰ্ণ ইনিংছ খেলে।

আনহাতে, অল ৰাউণ্ডাৰ ৰবীন্দ্ৰ জদেজাৰ ৭০ আৰু অক্ষৰ পেটেলৰ ৮৪ ৰানৰ সহায়ত ২২৩ ৰানৰ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয় ভাৰতীয় দলে।

ইপিনে, অষ্ট্ৰেলিয়াৰ হৈ টেষ্ট ক্ৰিকেটত নিজৰ প্ৰথমখন মেচ খেলা টড মাৰ্ফিয়ে ৭ টা উইকেট দখল কৰিবলৈ সক্ষম হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...