ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ মাৰাথন অভিযান, জালত ৪ সৰবৰাহকাৰী

ৰাজ্যত অব্যাহত আছে নগাঁও আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। কচুৱাৰ গেৰজাইপামত আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰে চাৰিজন ড্ৰাগছ সৰবৰাহকাৰী। আটকাধীন কামৰুল ইছলামক জেইল হাজোতলৈ প্ৰেৰণ কৰা হৈছে। আন ৩ সৰবৰাহকাৰীক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা ৩৪ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰে কচুৱা আৰক্ষীয়ে। ড্ৰাগছ সৰবৰাহকাৰী কামৰুলৰ স্বীকাৰোক্তিৰ ভিত্তিত আন ৩টাক আটক কৰিছে কচুৱা আৰক্ষীয়ে ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...