ৰে’লৱে ষ্টেচনত নৃশংস হত্যাকাণ্ড

ৰে’লৱে ষ্টেচনত নৃশংস হত্যাকাণ্ড। ৰে’লৱে ষ্টেচনৰ দুই নং প্লেটফৰ্মত সন্ধিয়া এক নৃশংস হত্যা কাণ্ড সংঘটিত হয়। জোনাইৰ মুৰ্কংচেলেক এই চাঞ্চল্যকৰ ঘটনা। প্লেটফৰ্মত ৰক্তাক্ত অবস্থাত উদ্ধাৰ কৰা হয় এজন যুৱকৰ মৃতদেহ । অচিনাক্ত এজন যুৱকক দুৰ্বৃত্তই চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰি পেলায় থৈ যায়। মৃতদেহৰ কাষত উদ্ধাৰ এটা নীলা ৰঙৰ মোনা। এই ঘটনাই জোনাই অঞ্চলত তীব্ৰ চঞ্চল্যৰ সৃষ্টি কৰে। হত্যাৰ বলি হোৱা যুৱকজনক অদ্যাপি চিনাক্ত কৰিব পৰা নাই। ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...