আৰক্ষীৰ জালত মষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়া ছেলিম

অৱশেষত আৰক্ষীৰ জালত পৰিল মষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়া ছেলিম। নগাঁৱৰ উত্তৰ পশ্চিম অঞ্চলত নিষিদ্ধ ড্ৰাগছৰ সাম্ৰাজ্য গঢ়ি তুলিছিল ছেলিমে। আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা ছেলিমক বিছাৰি ইতিপূৰ্বে আৰক্ষীয়ে কেইবাবাৰো অভিযান চলাইছিল যদিও প্ৰতিবাৰেই ব্যৰ্থ হৈছিল। অৱশেষত জুৰীয়া আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ড্ৰাগছ মাফিয়া ছেলিমক। উল্লেখ্য যে, নগাঁৱৰ কেইবাখনো আৰক্ষী থানাত বিভিন্ন ধৰণৰ অপৰাধজনিত গোচৰ ৰুজু হৈ আছে ধৃত ছেলিমৰ বিৰুদ্ধে। গাড়ী চুৰিৰ গোচৰতো অভিযুক্ত ড্ৰাগছ মাফিয়া ছেলিম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...