ছচিয়েল মিডিয়াৰ ‘বাদশ্বাহ’ কোন? ফেচবুক, হোৱাট্ছএপ নে…

আপুনি নিশ্চয় নিশ্চয় ব্যৱহাৰ কৰে ছচিয়েল মিডিয়া! ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ, হোৱাটছএপ… ইয়াৰে কোনটো আপোনাৰ প্ৰিয়? হয়তো আপোনাৰ উত্তৰ হৈছে ফেচবুক! গতিকে আমি আপোনাক কওঁ যে পৃথিৱীৰ আটাইতকৈ বেছি পছন্দ কৰা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম হৈছে ফেচবুক। একে সময়তে মাহিলী সক্ৰিয় ব্যৱহাৰকাৰীৰ ক্ষেত্ৰত পিছ পৰি আছে টুইটাৰ।

ফেচবুকৰ পিছত ইউটিউব আৰু তাৰ পিছত তিনি নম্বৰত আছে হোৱাটছএপ। তিনিওটা ছাইটৰ মাহিলী সক্ৰিয় ব্যৱহাৰকাৰী ২০০ মিলিয়নতকৈও অধিক।

ইনষ্টাগ্ৰামৰ পৰিস্থিতিও বেয়া নহয়। ইয়াৰ মাহিলী সক্ৰিয় ব্যৱহাৰকাৰী হৈছে ১৪৭.৮ নিযুত। ইয়াৰ পিছত আছে উই চেট আৰু টিক টক।

ফেচবুক মেছেঞ্জাৰৰ ৯৮৮ নিযুত মাহিলী সক্ৰিয় ব্যৱহাৰকাৰী আছে। স্নেপচ্যাটৰ ৫৫৭ নিযুত মাহিলী সক্ৰিয় ব্যৱহাৰকাৰী আছে, আনহাতে টেলিগ্ৰামৰ ৫৫০ নিযুত মাহিলী সক্ৰিয় ব্যৱহাৰকাৰী আছে।

এই ক্ষেত্ৰত টুইটাৰ বহুত পিছ পৰি আছে। ইয়াৰ ৪৩.৬ নিযুত মাহিলী সক্ৰিয় ব্যৱহাৰকাৰী আছে। পিণ্টেৰেষ্টৰ ৪৪৪ নিযুত আছে, আনহাতে কোৰাৰ ৩০০ নিযুত মাহিলী সক্ৰিয় ব্যৱহাৰকাৰী আছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

হঠাৎ অসুস্থ বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী

হঠাৎ অসুস্থ বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী। চৌধুৰীক বঙাইগাঁৱৰ পৰা...

বাইক ষ্টাণ্ট কৰা যুৱকক আটক

বাইক ষ্টাণ্ট কৰা যুৱকক আটক। পাঠশালাৰ ২৭ নং ৰাষ্ট্ৰীয়...

চাইকেলক অসমীয়াত কি বুলি কোৱা হয় জানেনে?

চাইকেল হৈছে মানুহৰ দ্বাৰা চালিত, পেডেল-নিয়ন্ত্ৰিত বাহন। বহু লোকৰ বাবে...

হাতত এডাল বিষাক্ত সাপ লৈ চিকিৎসালয়ত প্ৰৱেশ এজনৰ

এখন চিকিৎসালয়ত হঠাৎ হাহাকাৰ লাগিল। হাতত এডাল বিষাক্ত সাপ...