ভয়ংকৰ পথ দুৰ্ঘটনাত ৭জনকৈ সেনা জোৱান শ্বহীদ

লাডাখত দুৰ্ঘটনাত পতিত সেনাৰ এখন বাহন। ভয়ংকৰ পথ দুৰ্ঘটনাত ৭জনকৈ সেনা জোৱান শ্বহীদ। কেইবাজনো সেনা গুৰুতৰভাৱে আহত দুৰ্ঘটনাটোত। লাডাখৰ তুৰ্তুক অঞ্চলক সংঘটিত হৈছে এই দুৰ্ঘটনা। এখন নদীত বাগৰি পৰে বাহনখন। আহতসকলক প্ৰেৰণ কৰিছে চিকিৎসালয়লৈ। উদ্ধাৰ অভিযানত নামি পৰিছে বায়ু সেনাৰ দল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...