চৰাই চিকাৰ কৰি আটক মনিৰুল ইছলাম আৰু মহম্মদ জাহাঙ্গীৰ আলী

বৰপেটাৰোডত আঞ্চলিক বন বিভাগৰ অভিযান। অভিযানত আটক দুই চোৰাং চিকাৰীক। পৰিভ্ৰমী চৰাই চিকাৰ কৰি আটক মনিৰুল ইছলাম আৰু মহম্মদ জাহাঙ্গীৰ আলী। জালেৰে পৰিভ্ৰমী চৰাই ধৰি অবৈধভাৱে বজাৰত বিক্ৰী কৰে দুষ্ট চক্ৰই। বৰ কাপ্লল্লা বিলত দীর্ঘদিনে চলি আহিছে চোৰাং চিকাৰ। চোৰাং চিকাৰী দুটাক বৰপেটা জিলা ন্যায়িক জিম্মালৈ প্ৰেৰণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...