গুৱাহাটীত প্ৰথমগৰাকী HMPV ৰোগী চিনাক্ত

গুৱাহাটীত প্ৰথমগৰাকী HMPV ৰোগী চিনাক্ত। এগৰাকী ৭৫ বছৰীয়া মহিলাৰ দেহত ধৰা পৰিছে HMPV ভাইৰাছ। এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন মহিলাগৰাকী। মহিলাগৰাকীৰ স্বামীৰ দেহতো দেখা গৈছে ভাইৰাছৰ লক্ষণ। পূৰ্বে AMCHত চিনাক্ত হৈছিল অসমৰ প্ৰথমগৰাকী HMPV ৰোগী

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্গাপূজাৰ সপ্তমীত অতিৰিক্ত বন্ধ ঘোষণা; ১৭ অক্টোবৰত বন্ধ থাকিব ৰাজ্যৰ সকলো চৰকাৰী কাৰ্যালয়

দুৰ্গাপূজাৰ মহাসপ্তমী উপলক্ষে অসম চৰকাৰে ২০২৬ চনৰ ১৭ অক্টোবৰ,...