হাস্পতালৰ বিচনাত ভাৰতীয় দ্ৰুত বলাৰ মহম্মদ ছামী

হাস্পতালৰ বিচনাত ভাৰতীয় দ্ৰুত বলাৰ মহম্মদ ছামী। কেইদিনমান পূৰ্বে ছামীয়ে ভৰিৰ গোৰোহাত আঘাত পাইছিল। সোমবাৰে তেওঁৰ একিলিছ টেণ্ডন মেৰামতিৰ বাবে (Achilles Tendon) গোৰোহাৰ সফল অস্ত্ৰোপচাৰ কৰা হয়।

সোমবাৰে সন্ধিয়া ছামীয়ে সামাজিক মাধ্যমত কেইখনমান ফটো শ্বেয়াৰ কৰি এই কথা জনাই ছামীয়ে।

হাস্পতালৰ বিচনাৰ পৰাই নিজৰ অপাৰেচনৰ আপডেট দি ছামীয়ে ছ’চিয়েল মিডিয়া পোষ্টত লিখিছে, “এতিয়া মোৰ একিলিছ টেণ্ডনৰ গোৰোহাৰ সফল অস্ত্ৰোপচাৰ কৰা হ’ল। আৰোগ্য হ’বলৈ কিছু সময় লাগিব যদিও মই পুনৰ নিজৰ ভৰিৰ ওপৰত থিয় হ’বলৈ অপেক্ষা কৰি আছো।’’ কিন্তু তেওঁ পুনৰ সম্পূৰ্ণ ফিটনেছ লাভ কৰি ক্ৰিকেট খেলপথাৰলৈ ঘূৰি আহিবলৈ কিছু সময় লাগিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...