আজি ফ্ৰান্সৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব মোদীয়ে, মোদীৰ ফ্ৰান্স ভ্ৰমণক লৈ বিশ্বজুৰি চৰ্চা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইউৰোপ ভ্ৰমণৰ আজি অন্তিম দিন। আজি প্ৰধানমন্ত্ৰী জনে সাক্ষাৎ কৰিব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক। কেইদিনমাৰ পূৰ্বে দ্বিতীয়বাৰলৈ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল ইমানুৱেল মেক্ৰন।

নিৰ্বাচনত জয়ী হোৱাৰ পিছত মেক্ৰনক সাক্ষাৎ কৰা প্ৰথমজন বিদেশী নেতা হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰায় ৫ ঘণ্টা সময় ফ্ৰান্সত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৰাষ্ট্ৰপতিৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে নৈশ আহাৰ গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...