আজি ফ্ৰান্সৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব মোদীয়ে, মোদীৰ ফ্ৰান্স ভ্ৰমণক লৈ বিশ্বজুৰি চৰ্চা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইউৰোপ ভ্ৰমণৰ আজি অন্তিম দিন। আজি প্ৰধানমন্ত্ৰী জনে সাক্ষাৎ কৰিব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক। কেইদিনমাৰ পূৰ্বে দ্বিতীয়বাৰলৈ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল ইমানুৱেল মেক্ৰন।

নিৰ্বাচনত জয়ী হোৱাৰ পিছত মেক্ৰনক সাক্ষাৎ কৰা প্ৰথমজন বিদেশী নেতা হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰায় ৫ ঘণ্টা সময় ফ্ৰান্সত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৰাষ্ট্ৰপতিৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে নৈশ আহাৰ গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...