বিশাল ব্ৰহ্মপুত্ৰৰ মাজত সন্ধানহীন সমীৰণ বৰা!

যোৰহাটৰ নিমাতী ঘাটত পুনৰ অঘটন। মাজুলীৰ অফলাঘাট অভিমুখী এচ বি টু চেনিমাই নামৰ ফেৰীৰ পৰা এজন যুৱকৰ ব্ৰহ্মপুত্ৰত জাঁপ। ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপ দিয়া যুৱকজন যোৰহাটৰ চোলাধৰাৰ সমীৰণ বৰা বুলি চিনাক্ত কৰা হৈছে। যুৱকজনক ফেৰীখনৰ কৰ্মচাৰী সকলে উদ্ধাৰৰ চেষ্টা কৰিছিল যদিও সফল নহ’ল। বৰ্তমান SDRF-এ যুৱকজনক উদ্ধাৰৰ বাবে চলাই আছে অভিযান। ফেৰীখনত ৪৮গৰাকী যাত্ৰী আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...