বিশ্বকাপৰ প্ৰবল দাবীদাৰ ‘মেছিৰ আৰ্জেণ্টিনা’

কাটাৰ বিশ্বকাপৰ ২য়খন ছেমি ফাইনেলত মৰক্কোক ২–০ গ’লত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিলে ডিফেডিং চেম্পিয়ন ফ্ৰান্সে। একেৰাহে ২য় বাৰৰ বাবে বিশ্বকাপৰ ফাইনেলত খেবিব ডিডিয়েৰৰ দলে। সন্মুখত বিশ্বকাপৰ প্ৰবল দাবীদাৰ ‘মেছিৰ আৰ্জেণ্টিনা’।

দেওবাৰে বিশ্বকাপৰ ফাইনেল
মৰক্কোৰ বিশ্বকাপৰ স্বপ্নৰ দৌৰ স্তব্ধ
বিশ্বকাপৰ ফাইনেলত ফ্ৰান্সৰ সন্মুখত আৰ্জেণ্টিনা
অভিজ্ঞতা আৰু সৌন্দৰ্যৰ যুঁজত মেছি-এমবাপে
অপূৰ্ব পদশিল্পৰে প্ৰতিপক্ষৰ দুৰ্গ কপাঁইছে ফুটবলৰ ৰাজপুত্ৰই
আৰ্জেণ্টিনাৰ সন্মুখত বাধা এমবাপে
ফ্ৰান্সৰ সন্মুখত বাধা মেছি

দেওবাৰে নিশা ৮.৩০ বজাত বিশ্বকাপৰ ফাইনেল
শনিবাৰে নিশা ৮.৩০ বজাত তৃতীয় স্থানৰ খেল
মুখামুখি হ’ব ক্ৰৱেছিয়া আৰু মৰক্কো

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...