কাছাৰৰ কাটিগড়াত ভয়াৱহ বিস্ফোৰণ

কাছাৰৰ কাটিগড়াত ভয়াৱহ বিস্ফোৰণ। বিস্ফোৰণত কঁপি উঠিল কাটিগড়াৰ তাৰিণীপুৰ অঞ্চল। কোনো লোক হতাহত হোৱা নাই, ক্ষতিগ্রস্ত এডাল গছ। জিলেটিন জাতীয় বিস্ফোৰক গছত বান্ধি ৰাখিছিল দুৰ্বৃত্তই। ঘটনাস্থলীত উপস্থিত হৈল আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। বিস্ফোৰণক লৈ হাহাকাৰ পৰিস্থিতি অঞ্চলটোত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...

ডায়েট ডিব্ৰুগড়ত কুইজ প্ৰতিযোগিতা, প্ৰথম স্থান জিনিলে কোনে?

জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট), ডিব্ৰুগড়ত প্ৰতিষ্ঠানটোৰ প্ৰশিক্ষাৰ্থীসকলৰ...

গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ...