পুনৰ বিজেপিমুখী হ’ব বহু কেইজন কংগ্ৰেছী

পুনৰ বিজেপিমুখী হ’ব বহু কেইজন কংগ্ৰেছী
গেৰুৱা বসন পিন্ধিবলৈ সাজু প্ৰাঞ্জল ঘাটোৱাৰ
প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী পুত্ৰৰ বিজেপি আগমনক লৈ অসন্তুষ্ট বিধায়ক
গৃহমন্ত্ৰী আৰু ৰাষ্ট্ৰীয় সভাপতি উপস্থিতিত গেৰুৱা হ’বলৈ সাজু বহু কংগ্ৰেছী
৮ অক্টোবৰত খানাপাৰাত অনুষ্ঠিত হ’ব বিজেপিৰ দলীয় সভা
উপস্থিত থাকিব খোদ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা
চৰম অসন্তুষ্টি মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ
ঘাটোৱাৰ পৰিয়ালৰ হাৰাশাস্তিৰ বাবেই বিজেপিলৈ আহিছিল বহু কংগ্ৰেছী
প্ৰাঞ্জল ঘাটোৱাৰৰ বিজেপি আগমনৰ খবৰত অসন্তুষ্ট মৰাণ বিজেপি

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...