লাওখোলাত অস্ত্রোপচাৰৰ জৰিয়তে সংলগ্ন কৰিলে সোণৰ চুলি

মেক্সিকান গায়ক ডান ছাৰে নিজৰ মূৰৰ লাওখোলাত অস্ত্রোপচাৰৰ জৰিয়তে সোণৰ চেইন সংলগ্ন কৰা ঘটনাক লৈ ছ’চিয়েল মিডিয়াত সৃষ্টি হৈছে চাঞ্চল্য। ছ’চিয়েল মিডিয়াত গায়কজনে আপলোড কৰা ফটো দেখি অভিভূত হৈ পৰিছে বিশ্ববাসী। এই নতুন বেশভূষাৰে এক সংগীত ভিডিঅ’ মুকলি কৰি দি ৰেপাৰজনে কৈছে যে, মানৱ ইতিহাসত তেওঁ প্রথমগৰাকী এনে গায়ক, যিয়ে সোণৰ চুলিৰে সংগীত পৰিৱেশন কৰিব।

উল্লেখযোগ্য যে, ২৩ বছৰীয়া গায়কজনে অস্ত্রোপচাৰৰ জৰিয়তে লাওখোলাত সোণৰ জিঞ্জিৰি লগাই লোৱা পৰিলক্ষিত হৈছে। ইফালে, গায়কজনৰ এনে কার্যক লৈ বিশ্বৰ চিকিৎসকসকলৰ মাজত সৃষ্টি হৈছে কৌতূহল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...