বিঘাই বিঘাই ধাননি পথাৰ বিনষ্ট বন্যহস্তীৰ, লক্ষীপুৰত ৰাইজৰ আৰ্তনাদ শুনিব কোনে?

গোৱালপাৰাৰ লক্ষীপুৰত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ। বিঘাই বিঘাই ধাননি পথাৰ বিনষ্ট বন্যহস্তীৰ।

প্ৰায় অৰ্ধ শতাধিক হাতীয়ে আশ্ৰয় লৈছে জনাঞ্চলত। বিনিদ্ৰ ৰজনী কটাইছে লক্ষীপুৰৰ বিভিন্ন অঞ্চলৰ ৰাইজে। হাতীয়ে তাণ্ডৱ চলাই ভাঙিছে আশ্ৰয় গৃহ।

হাতী খেদাত ব্যৰ্থ বিয়াগোম বন বিভাগ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...