‘১ জানুৱাৰীত ১০০ কোটি টকাৰ মদৰ সলনি গাখীৰ বিক্ৰী কৰাৰ সংকল্প লওক’

  • ‘গুৱাহাটী মহানগৰীৰ মানুহে এটা ৰাতিত ১৫ কোটি টকাৰ মদ খাইছিল’
  • ‘নতুন বছৰ আদৰিবলৈ মানুহে ১০০ কোটি টকাৰ মদ খায়’
  • ‘মাতৃ গৰাকীয়ে হৈছে শ্ৰেষ্ঠ শিক্ষক; ঘৰখন পৃথিৱীৰ শ্ৰেষ্ঠ পাঠশালা’
  • ‘১ জানুৱাৰীত ১০০ কোটি টকা মদৰ বিপৰীতে ১০০ কোটি টকাৰ গাখীৰ বিক্ৰী কৰাৰ সংকল্প লওক’
  • ‘শ্ৰীমন্ত শংকৰদেৱ সংঘই হৈছে অসমৰ শেষ আশা’
  • ‘অসমৰ মানুহে এতিয়া কোনো সংগঠনক বিশ্বাস নকৰে’
  • ‘কোনো স্বেচ্ছাসেৱী সংগঠনক বিশ্বাস নকৰে’
  • ‘কোনো জাতীয়তাবাদী সংগঠনক বিশ্বাস নকৰে’
  • ‘অসমীয়া জাতিটোক বচোৱাৰ দ্বায়িত্ব শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ’
  • শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সভাত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ হিতেশ ডেকাৰ গুৰুত্বপূৰ্ণ মন্তব্য
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কাৰাগাৰৰ দুৰৱস্থাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিজাববীয়া গোচৰ

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ দুৰৱস্থাক লৈ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে...

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...