মাজুলীত উপ নিৰ্বাচনৰ দিন ঘোষণা, ৭ মাৰ্চত ভোটগ্ৰহণ

  • মাজুলীত উপ নিৰ্বাচনৰ দিন ঘোষণা
  • ৭ মাৰ্চত ভোটগ্ৰহণ, ১০ মাৰ্চত ভোট গণনা
  • ১০ ফেব্ৰুৱাৰীত নিৰ্বাচনৰ অধিসূচনা জাৰি
  • মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন ১৭ ফেব্ৰুৱাৰী
  • মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ শেষ দিন ২১ ফেব্ৰুৱাৰী
  • মনোনয়ন পত্ৰ পৰীক্ষাৰ তাৰিখ ১৮ ফেব্ৰুৱাৰী
  • সৰ্বানন্দ সোণোৱালৰ পদত্যাগত খালী হৈছিল মাজুলী আসন
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...