USTM ৰ আচাৰ্য মহবুবুল হকক পুনৰ গ্ৰেপ্তাৰ

বিপদে লগ নেৰা হৈছে আচাৰ্য মহবুবুল হকক। USTM ৰ আচাৰ্য মহবুবুল হকক পুনৰ গ্ৰেপ্তাৰ। শ্ৰীভূমি জিলা কাৰাগাৰৰ পৰা শোণিতপুৰ আৰক্ষীয়ে জিম্মাত ল’লে হকক। আদালতৰ পৰা প্ৰডাকছন ওয়াৰেন্ট লৈ ঢেকিয়াজুলিলৈ নিলে হকক। মুকচেদ আলম নামৰ এজন লোকে মহবুবুল হকৰ বিৰুদ্ধে ঢেকিয়াজুলি থানাত তৰিছিল গোচৰ। উল্লেখযোগ্য যে মহবুবুল হক আৰু ৫ সহযোগী ন্যায়িক জিম্মাত আছিল। এটাৰ পিছত আনটো গোচৰত গ্ৰেপ্তাৰ হৈছে আচাৰ্য মহবুবুল হক পাথাৰকান্দি থানাৰ গোচৰৰ পিছত এইবাৰ ঢেকিয়াজুলি থানাৰ গোচৰত অভিযুক্ত হক

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...

১৩১ বছৰীয়া অভিলেখ ভংগ কৰি ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰৰ চমক

ইংলেণ্ডৰ মাটিত ভাৰতীয় স্পিনাৰ মানৱ সুথাৰৰ দুৰ্দান্ত প্ৰদৰ্শন ।...