টাইৱানত ভূমিকম্পৰ জোকাৰণি

টাইৱানত ভূমিকম্পৰ জোকাৰণি। ৬.৪প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰি গ’ল টাইৱান। মাজনিশা ১২.১৭ বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত। ভূমিকম্পৰ ফলত আহত ২৭জনকৈ লোক।

Popular

More like this
Related

পেহেলগামত হনিমুনলৈ গৈ কৰুণ মৃত্যু, সপোনবোৰ আৰু দিঠক নহয় কেতিয়াও

সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণৰ পিছত জম্মু-কাশ্মীৰৰ পেহেলগামত এতিয়া শোকাকুল পৰিৱেশ।...

NKTV PLUSত পেহেলগামৰ ঘটনাৰ প্ৰত্যক্ষদৰ্শীৰ শিহৰণকাৰী বৰ্ণনা EXCLUSIVE

জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সময়ত উপস্থিত আছিল অসমৰ এটা...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰিল অসমৰ এটি পৰিয়াল

জম্মু-কাশ্মীৰৰ পেহেলগামত আবদ্ধ অসমৰ এটি পৰিয়ালমঙলবাৰে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰা...

জম্মু-কাশ্মীৰৰ পেহেলগামৰ আক্ৰমণৰ সময়ৰ শিহৰণকাৰী বৰ্ণনা এগৰাকী মহিলাৰ

জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণে কঁপাইছে দেশ। সন্ত্ৰাসবাদীৰ...