বাজেট দাখিলৰ পূৰ্বে মন্ত্ৰী পীযূষ হাজৰিকাৰ বিভাগৰ সৈতে বিশদ আলোচনা বিত্ত মন্ত্ৰীৰ

১৬ মাৰ্চত বিধানসভাত বিত্ত মন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব বাজেট। বাজেট দাখিলৰ পূৰ্বে ২ মন্ত্ৰীৰ গুৰুত্বপূৰ্ণপূৰ্ণ আলোচনা।

জনতা ভৱনস্থিত বিত্ত বিভাগৰ সভাকক্ষত বিত্ত মন্ত্ৰী অজন্তা নেওগৰ সৈতে আগন্তুক ২০২৩-২৪ বৰ্ষৰ বাজেট অধিৱেশনৰ পূৰ্বে বিস্তৃত আলোচনা কৰে বিভাগীয় মন্ত্ৰী পীযূষ হাজৰিকাই।

আজি জলসম্পদ, তথ্য, জনসংযোগ, মুদ্ৰন আৰু লেখন সামগ্ৰী, সামাজিক ন্যায় আৰু সৱলীকৰণ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ বাজেট সন্দৰ্ভত বিশদ আলোচনা।

বৈঠকত বিত্ত বিভাগ আৰু উপৰোক্ত বিভাগসমূহৰ শীৰ্ষ বিষয়াবৰ্গ উপস্থিত থাকে। উল্লেখ্য যে, ১০ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব বিধানসভাৰ বাজেট অধিৱেশন।

NKTV Digital
Author: NKTV Digital

45 COMMENTS

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...