নগাঁৱৰ ধাকাইপট্টিত পিঞ্জৰাবদ্ধ হ’ল নাহৰফুটুকী

অৱশেষত উৎকণ্ঠাৰ অৱসান ঘটিল। নগাঁৱৰ ধাকাইপট্টিত পিঞ্জৰাবদ্ধ হ’ল নাহৰফুটুকী। দীৰ্ঘদিনে অঞ্চলটোত বিচৰণ কৰি আছিল নাহৰফুটুকীটোৱে। CCTVৰ দৃশ্য প্ৰত্যক্ষৰ পিছতে হুৱা-দুৱা লাগিছিল অঞ্চলটোত । বাঘৰ পদচিহ্নও প্ৰত্যক্ষ কৰিছিল বন বিভাগে। অৱশেষত ট্ৰেংকুলাইজ কৰা হয় বিচৰণ কৰি থকা নাহৰফুটুকীটোক। ট্ৰেংকুলাইজ কৰি পিঞ্জৰাবদ্ধ কৰা হৈছে বাঘটোক। ইয়াৰ পিছতেই এক প্ৰকাৰ স্বস্তিৰ নিশ্বাস পেলাইছে অঞ্চলবাসীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...