কোকিলকণ্ঠী লতা মংগেশকাৰ আৰু নাই! ৯২ বছৰ বয়সত মহাপ্ৰয়াণ

ইতিহাস হ’ল এক সোণালী কণ্ঠ। ভাৰতৰত্ন লতা মংগেশকাৰ আৰু নাই। মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত শেষ নিশ্বাস ত্যাগ। ২৯ দিন ধৰি চিকিত্সাধীন হৈ আছিল কোকিলকণ্ঠী লতা মংগেশকাৰ। শনিবাৰে হাস্পতালত জ্যেষ্ঠ ভগ্নীৰ স্বাস্থ্যৰ বুজ লৈছিল আশা ভোছলেই। প্ৰায় দুঘণ্টা সময় ধৰি হাস্পতালত সময় কটায় আশা ভোছলেয়ে। দেশবাসীক প্ৰাৰ্থনা কৰিবলৈও আহ্বান জনাইছিল আশা ভোছলেই। দেশবাসীৰ প্ৰাৰ্থনাৰ মাজতে ইহ সংসাৰৰ পৰা বিদায় ল’লে লতা মংগেশকাৰে। উল্লেখ্য যে কৰ’ণাত আক্ৰান্ত হৈছিল কোকিলকণ্ঠী লতা মংগেশকাৰ। ডাঃ প্ৰতীত চামদানীৰ তত্বাৱধানত চিকিত্সাধীন হৈ আছিল লতা মংগেশকাৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

২১৪ জন পণবন্দীক হত্যা, বালোচ বিদ্রোহীৰ ঘোষণাত বিশ্বজুৰি প্ৰতিক্ৰিয়া

২১৪ জন পণবন্দীক হত্যা। বালোচ বিদ্রোহীৰ ঘোষণাত বিশ্বজুৰি প্ৰতিক্ৰিয়া।...

গুৱাহাটীত গাড়ী চুৰি কাৰ্যত লিপ্ত যুৱতী, ৩ যুৱতীয়ে চুৰি কৰিলে ৩খনকৈ বাহন

এইবাৰ গাড়ী চুৰি কাৰ্যত লিপ্ত যুৱতী। মহানগৰীত মণিপুৰৰ ৩...

মিঠাই খোৱাৰ পূৰ্বে এশবাৰ ভাবক, অসাধু ব্যৱসায়ীয়ে আপোনাকো খুৱাব পাৰে গাঞ্জা মিহলি মিঠাই

আশাৰ সঞ্চাৰ কঢ়িয়াই অনা ফাকুৱাক লৈ দেশজুৰি আনন্দ। দেশৰ...