কাহিলিপাৰাৰ বিদ্যালয়ৰ পৰা নিৰুদ্দেশ হোৱা ৩ ছাত্ৰৰ ২ ছাত্ৰক উদ্ধাৰ

কাহিলিপাৰাৰ বিদ্যালয়ৰ পৰা নিৰুদ্দেশ হোৱা ৩ ছাত্ৰৰ ২ ছাত্ৰক উদ্ধাৰ। বিদ্যালয়ৰ পিছফালে এটা কোঠাত লুকাই থকা অৱস্থাত উদ্ধাৰ ২ ছাত্ৰ। এইমুহূৰ্তলৈ উদ্ধাৰ ৰাকেশ মোহন সৰকাৰ আৰু আকাশ হুছেইন। এতিয়াও সন্ধান নাই যোৰহাটৰ আকাশজ্যোতি গগৈৰ। দেওবাৰে পুৱতি নিশা বিদ্যালয়ৰ ছাত্ৰাবাসৰ পৰা নিখোজ হৈছিল তিনিও। কাহিলিপাৰাৰ ভাউৰী দেৱী চেৰাউগী বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত প্ৰায় ৮ কোটি টকাৰ ড্ৰাগছ জব্দ; গ্ৰেপ্তাৰ দম্পতী

মহানগৰীৰ দিছপুৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এক বৃহৎ অভিযানত...

পাকিস্তানত ভয়ংকৰ ঘটনা; বিদ্যালয়ৰ ছাদ খহি শিক্ষকসহ ২৯ শিক্ষাৰ্থীৰ মৃত্যু

পাকিস্তানৰ উত্তৰাঞ্চলৰ পেছাৱৰ চহৰত বৃহস্পতিবাৰে পুৱা সংঘটিত এক ভয়ংকৰ...